মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

অধিক
আমাৰ কেন্দ্ৰসমূহ
সংস্কাৰ সাধন আৰু ভৱিষ্যত অধ্যয়নৰ কেন্দ্ৰ

কেন্দ্ৰৰ বিষয়ে

প্ৰশাসন ব্যৱস্থাৰ সৰ্বোৎকৃষ্ট অভ্যাস সমূহৰ উন্নিতকৰণ আৰু প্ৰচাৰৰ বাবে ‘চেণ্টাৰ ফৰ ইন’ভেশ্যন এণ্ড ফিউচাৰ ষ্টাডিজ’ য়ে ইন’ভেশ্যন ইন পাব্লিক চিষ্টেম, হায়দৰাবাদৰ সৈতে ‘মেম’ৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং’ ত স্বাক্ষৰ কৰে।

কেন্দ্ৰৰ লক্ষ্যসমূহ

  • তৃণমূল পৰ্যায়ত নতুনত্ব আৰু সৃষ্টিশীলতাৰ উপাদানসমূহ আহৰণ কৰা।
  • বিভিন্ন পৰিকল্পনা আৰু আঁচনিৰ বিষয়ে অধ্যয়নৰ জৰিয়তে প্ৰশাসনত সৃষ্টিশীলতা আৰু নতুনত্বৰ প্ৰয়োগৰ প্ৰয়োজনীয়তাৰ মূল্যায়ন।
  • সৃষ্টিশীলতা, নৱ উদ্ভাৱন আৰু ভৱিষ্যত অধ্যয়নৰ বাবে জ্ঞান আৰু কৌশল বৃদ্ধিৰ জৰিয়তে চৰকাৰৰ কাৰ্য্য সম্পাদনৰ সামৰ্থ্য গঢ়ন।
  • অসম চৰকাৰৰ বিভাগসমূহলৈ পৰামৰ্শ প্ৰদান।
  • প্ৰশাসনৰ দিশত সংসাধন কৰা হোৱা নতুনত্বসমূহৰ বিষয়ে অধ্যয়ন।
  • প্ৰশাসনৰ দিশত গঢ়া সু-অভ্যাস সমূহৰ উন্নতি সাধন আৰু প্ৰসাৰণ।
  • সকলো চৰকাৰী বিভাগ আৰু অসামৰিক সেৱাৰ বিষয়াসকলৰ মাজত সৃষ্টিশীলতাৰ উদ্দীপনা উন্মেষ ঘটোৱা।
  • অসমৰ প্ৰশাসনৰ দিশত উদ্ভৱ হোৱা সু-অভ্যাস সমূহৰ প্ৰতিচ্ছবিৰ প্ৰসাৰ সাধন।
  • সু-অভ্যাস সমূহৰ বিষয়ে দৈনন্দিন ৰূপত কৰ্মশালাৰ আয়োজন কৰা।