মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

সুবিধা আৰু আন্তঃগাঁথনি

ক্ৰীড়া ক্ষেত্ৰ

কাৰ্ড ৰূম, বেডমিণ্টন, টেবুল টেনিছ, ল’ন টেনিছ, জিমনাছিয়াম কক্ষকে আদি কৰি এই স্পৰ্টছ কমপ্লেক্সত বহুটো সুবিধা আছে। বৰ্তমানে ইয়াত এটা যোগ কক্ষ, স্কোৱাছ কোৰ্ট, বিলিয়াৰ্ড কক্ষৰ নিৰ্মাণৰ কাম চলি আছে। জিমনাছিয়াম কক্ষত তলত দিয়া আধুনিক সা-সৰঞ্জাম সমূহ উপলব্ধ।

ক্ৰমিক নংসঁজুলিৰ নামসংখ্যা
জনছন ট্ৰেড মিলএটা
জনছন চাইকেলএটা
জনছন এলিপটিক্যাল ট্ৰেনাৰএটা
জনছন এয়াৰ ৰোৱাৰএটা
বডি চয়েল মাল্টি জিমএটা