মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

সুবিধা আৰু আন্তঃগাঁথনি

প্ৰশিক্ষণ আৰু বৈঠক কক্ষ

বৰ্তমানে থকা প্ৰশাসনীয় ভৱনত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে ১৯৯১-৯২ চনৰ পৰাই কাম কৰি আহিছে। এই ভৱেনে ইয়াৰ ভূমি মহলা, প্ৰথম, দ্বিতীয় আৰু তৃতীয় মহলা মিলাই মুঠ ১৭,৬৬৭ বৰ্গমিটাৰ অঞ্চলৰ ভূমি আৱৰি আছে।

প্ৰশিক্ষণ আৰু বৈঠক অনুষ্ঠিত কৰিব পৰা সুবিধাসমূহ তলত দিয়া ধৰণৰ:

ক্ৰমিক নংমহলাকোঠা সংখ্যাবহিব পৰা সামৰ্থ্যআন্তঃগাঁথনি
তৃতীয় মহলা৩০১২৭ (+৬ চকী অতিৰিক্ত)ঘূৰণীয়া মেজ, দুটা এলইডি টিভি এটা পেনাছনিক আনটো ছেমচ্যুং, ৱাইফাই, ভিডিঅ’ কনফাৰেন্সিঙৰ বাবে এটা কেমেৰা।
তৃতীয় মহলা৩০২৩২ (চ’ফা)ড্ৰয়িং ৰূম প্ৰকাৰ, তিনিজন বহিব পৰা সামৰ্থ্যযুক্ত আঠখন চ’ফা, দুজন বহিব পৰা সামৰ্থ্যযুক্ত চাৰিখন চ’ফা, চাৰিখন ডাঙৰ চেণ্টাৰ টেবুল, সৰু মেজ ১১ খন, ৱাইফাই, দুটা ছেমচ্যুং এলইডি টিভি টাটা স্কাই ডিটিএইছ ৰ সৈতে, এটা ৰিমোট।
তৃতীয় মহলা৩০১-৩০২ বহিৰ্ভাগত আইনাৰ দোৱাৰ১৩ খন চ’ফাদুজন বহিব পৰা সামৰ্থ্যযুক্ত ছখন চ’ফা, এখন এজনীয়া চ’ফা, চেণ্টাৰ টেবুল এখন।
তৃতীয় মহলা৩০৩৮৯শ্ৰেণী কোঠা প্ৰকাৰৰ, দুটা মাল্টিমিডিয়া প্ৰজেক্টৰ, বগা বোৰ্ড এখন, ক’লা বোৰ্ড এখন, এটা ৱাইফাই মডেম, মাইক্ৰ’ফোন ৫২
তৃতীয় মহলাস্মকাৰ্ছ ৰূম, আইনাৰ দুৱাৰদুখন দুজনীয়া চ’ফা, এখন এজনীয়া চ’ফা।
তৃতীয় মহলা৩০৫১১ড্ৰয়িং ৰূম প্ৰকাৰ, ছয় খন এজনীয়া চ’ফা, এখন তিনিজন ব্যক্তি বহিব পৰা চ’ফা, এখন চেণ্টাৰ টেবুল আৰু এখন সৰু টেবুল।
তৃতীয় মহলা৩০৬১৮১০ আসনযুক্ত আহাৰ গ্ৰহণ কৰা মেজ + আঠখন চকী অতিৰিক্ত, এটা ৱাইফাই মডেম, এটা ধূম্ৰপান ধৰা পেলোৱা যন্ত্ৰ, মাইক্ৰ’অভেন এটা, ৰেফ্ৰিজাৰেটৰ এটা, ষ্টভ, কেণ্ট আৰ অ’ পানী বিশুদ্ধিকৰণ যন্ত্ৰ।
তৃতীয় মহলা৩০৮১৭০ (৭১ খন অতিৰিক্ত চকী বহাব পৰা ব্যৱস্থা)ডিম্বাকৃতি কোঠা, ১৭১ টা মাইক্ৰ’ফোন, চাৰিটা মাল্টিমিডিয়া প্ৰজেক্টৰ, চাৰিটা অডিঅ’ স্পীকাৰ।
তৃতীয় মহলা৩০৯১৫০ ((২৭ খন অতিৰিক্ত চকী বহাব পৰা ব্যৱস্থা)১৪০ টা মাইক্ৰ’ফোন + ৮ টা মাইক্ৰ’ফোন + এটা স্পীকাৰ মাইক্ৰ’ফোন, অডিঅ’ স্পীকাৰ চাৰিটা, মাল্টিমিডিয়া প্ৰজেক্টৰ তিনিটা, ৱাইফাই মডেম তিনিটা।
১০তৃতীয় মহলা৩০৯ নং কোঠাৰ বাহিৰ ভাগত আইনা দুৱাৰ আৰু লবি১৭দুজন ব্যক্তি বহিব পৰা আঠখন চ’ফা, এজনীয়া চ’ফা এখন, ডাঙৰ মেজ দুখন, সৰু মেজ এখন।
১১তৃতীয় মহলা৩১০এলইডি টিভি দুটা, এইছডি ডিভিআৰ দুটা, শীত তাপ নিয়ন্ত্ৰণ যন্ত্ৰ দুটা।
১২তৃতীয় মহলা৩১১১০দুটা কম্পিউটাৰ, দুটা প্ৰিণ্টাৰ, কাৰ্য্যালয়ৰ সৰু কোঠা প্ৰকাৰৰ।
১৩দ্বিতীয় মহলা২০৩১৭চকীৰ সৈতে আয়তাকাৰ আৰ্হিৰ মেজ, ছেমচ্যুং এলইডি টিভি, ভিডিঅ’ কনফাৰেঞ্চিঙৰ বাবে এটা ছনী ভিডিঅ’ প্ৰজেক্টৰ, ৱাইফাই।
১৪দ্বিতীয় মহলা২০৫৩৮২২ টা মাইক্ৰ’ফোন, এটা মাল্টিমিডিয়া প্ৰজেক্টৰ, এখন বগা বোৰ্ড।
১৫দ্বিতীয় মহলা২০৭১৬দুজন ব্যক্তি বহিব পৰা আঠখন চ’ফা, এলজি এলইডি টিভি, টাটা স্কাই ডিটিএইছ।
১৬দ্বিতীয় মহলা২১০৬০শ্ৰেণী কোঠা প্ৰকাৰৰ, এটা প্ৰজেক্টৰ, দুটা অডিঅ’ স্পীকাৰ।
১৭দ্বিতীয় মহলা২১১৪৪৩৪ টা মাইক্ৰ’ফোন, এটা মাল্টিমিডিয়া প্ৰজেক্টৰ, বগা বোৰ্ড।
১৮দ্বিতীয় মহলা২১২ (কম্পিউটাৰ কক্ষ)৬০এটা ৱাইফাই মডেম, এটা মাল্টিমিডিয়া প্ৰজেক্টৰ, ৬০ টা কম্পিউটাৰ।
১৯দ্বিতীয় মহলা২১৩ (কম্পিউটাৰ কক্ষ)৬০এটা ৱাইফাই মডেম, এটা মাল্টিমিডিয়া প্ৰজেক্টৰ, ৬০ টা কম্পিউটাৰ।
২০দ্বিতীয় মহলা২১৪ছেমচ্যুং এলইডি টিভি, শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰ এটা।
২১দ্বিতীয় মহলা২১৫ছেমচ্যুং এলইডি টিভি, শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰ এটা।
২২ভূমি মহলাপ্ৰশিক্ষণ কক্ষ৭১শ্ৰেণী কোঠা প্ৰকাৰৰ, দুটা প্ৰজেক্টৰ, ৱাইফাই, মাইক্ৰ’ফোন চাৰিটা, বগা বোৰ্ড এখন।
২৩ভূমি মহলাকেন্দ্ৰ কক্ষ২০শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰ চাৰিটা, ফটোকপী যন্ত্ৰ দুটা, ১০ খন মেজ, ২০ খন চকী, তিনিটা কম্পিউটাৰ, মাল্টি চিডি ৰাইটাৰ এটা, টিএমআই ছাৰ্ভাৰ এটা।
২৪ভূমি মহলাবিষয়াৰ অপেক্ষা কক্ষ২০দুজন ব্যক্তি বহিব পৰা পাঁচখন চ’ফা, শীততাপ নিয়ন্ত্ৰণ যন্ত্ৰ এটা।
২৫ভূমি মহলাকাৰ্য্যালয়২৫২০ টা কম্পিউটাৰ, ফটোকপী যন্ত্ৰ এটা, প্ৰিণ্টাৰ চাৰিটা (ইয়াৰে দুটা নেটৱৰ্ক প্ৰিণ্টাৰ), ২৫ খন চকী, ষ্টীল ল’কাৰ এটা, তিনিটা দেৱাল ঘড়ী, ষ্টীল আলমাৰি তিনিটা, আইনা ষ্টীল আলমাৰি এটা।