মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ প্ৰশাসনীয় সংশোধনী আৰু প্ৰশিক্ষণ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উপস্থিত হ’বলৈ

  • এই মহাবিদ্যালয়খনি জৱাহৰ নগৰত দক্ষিণে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু উত্তৰে গুৱাহাটী শ্বিলং পথৰ মাজত অৱস্থিত।
  • এই মহাবিদ্যালয় দিশপুৰত অৱস্থিত অসম চৰকাৰৰ সচিবালয় গৃহৰ পৰা ৫ কিলোমিটাৰ নিলগত অৱস্থিত।
  • গুৱাহাটীত অৱস্থিত বৰঝাৰ বিমান বন্দৰৰ পৰা এই মহাবিদ্যালয় ৩০ কিলোমিটাৰ নিলগত অৱস্থিত।
  • গুৱাহাটী ৰেল ষ্টেচনৰ পৰা এই মহাবিদ্যালয়ৰ দূৰত্ব ১১ কিলোমিটাৰ।
  • খানাপাৰা বাছ টাৰ্মিনেল আৰু বেলতলা ট্ৰাই জাঙ্কশ্যনৰ পৰা এই মহাবিদ্যালয়লৈ যোৱাৰ সুবিধা আছে।